নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে বৈকুণ্ঠপুৰীত পৰিণত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ : গোলাঘাট জিলাৰ তিনি নদীৰ সংগমস্থলীত থকা ঐতিহাসিক তীৰ্থস্থান শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰত আজি পুৱাৰ ভাগৰ পৰা ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱে উপস্থিত হৈ বৈকুণ্ঠপুৰীত পৰিণত কৰি…

ভগ্ন দলঙেৰে বিপদসংকুল যাতায়াত কৃষিজীৱী ৰাইজৰ : মৰণফান্দত পৰিণত জিঞ্জিৰাম নৈৰ কাঠৰ দলং

বাৰ্তা ব্যুৰ, গোৱালপাৰা, ১৪ ছেপ্টেম্বৰ : গোৱালপাৰা পশ্চিম জনজাতি সংৰক্ষিত বিধানসভা সমষ্টিৰ অধীনস্থ আগিয়া আৰু দ্বাৰকা গাঁও পঞ্চায়ত দুখনক বিভক্ত কৰা জিঞ্জিৰাম নৈৰ ওপৰত থকা দুখন ভগ্ন কাঠৰ দলং সম্প্ৰতি মৰণফান্দত পৰিণত হোৱা পৰিলক্ষিত হৈছে ৷…

ৰাজ্যৰ বাবে ঐতিহাসিক ক্ষণ : পৃথিৱীৰ প্ৰথমটো বাঁহভিত্তিক বায়’ ইথানল প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী…

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ : গোলাঘাটৰ মৰঙিৰ নুমলীগড় শোধনাগাৰৰ সমীপতে স্থাপিত পৃথিৱীৰ প্ৰথমটো বাঁহভিত্তিক ইথানল উৎপাদিত প্ৰকল্প অসম বায়’ ইথানল প্ৰাঃ লিঃ বা চমুকৈ বায়’ ৰিফাইনেৰীৰ আজি শুভ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদিয়ে৷…

শুল্কৰ বাবেই ভাৰত–আমেৰিকাৰ সম্পর্কত ফাট মেলিছে : ড’নাল্ড ট্রাম্প

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : ভাৰত–আমেৰিকাৰ বাণিজ্য চুক্তি হোৱা নাই৷ ইপিনে, শুল্ক বোমাৰ বাবে ভাৰতৰ সৈতে আমেৰিকাৰ সম্পর্কত জটিলতা আহি পৰিছে৷ ইয়াৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ভাৰতক হুংকাৰ দি আহিছে৷ এই পৰিস্থিতিৰ…

গ্রেট ব্রিটেইনত পুনৰ বর্ণবাদৰ বলি ভাৰতীয় : শিখ মহিলাৰে দুষ্কাৰ্য দুই ব্রিটিছ নাগৰিকৰ

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : গ্রেট ব্রিটেইনত পুনৰ বর্ণবাদৰ বলি হ’ল ভাৰতীয় বংশোদ্ভৱ৷ অল্ডবুৰি চহৰত এগৰাকী ভাৰতীয় শিখ মহিলাক দুজন ব্রিটিছ নাগৰিকে ধর্ষণ কৰি বর্ণবাদমূলক অশোভনীয় গালি–গালাজ কৰে৷ ২০ বছৰীয়া মহিলাগৰাকীক ধর্ষণ কৰাৰ পিছত দুই ব্যক্তিয়ে…

অকলশৰীয়া হৈ পৰিছে প্রদেশ কংগ্রেছৰ সভাপতি গৌৰৱ : সামাজিক মাধ্যমত স্পষ্ট দলৰ বিভাজনৰ ছবি

বিশেষ বাৰ্তা, ১৪ ছেপ্টেম্বৰ : প্রদেশ কংগ্রেছত বিভাজনৰ ছবি পৰিস্ফুট হৈছে৷ ৰাজ্যিক সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে দিনকদিনে বাঢ়ি অহা অসন্তুষ্টি, অসন্তোষে এতিয়া নতুন মাত্রা লাভ কৰিছে৷ সামাজিক মাধ্যমত শেহতীয়াভাৱে মুখ্যমন্ত্রীক উদ্দেশ্যি গৌৰৱ গগৈয়ে…

ভাৰত–পাকিস্তানৰ মেচক লৈ অব্যাহত বিতর্ক : মেচৰ সম্প্রচাৰৰ বিৰোধিতাৰে প্রধানমন্ত্রীলৈ পত্র

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : চলিত এছিয়া কাপত আজি বহুচর্চিত ভাৰত আৰু পাকিস্তানৰ মেচ৷ ক্রিকেট বিশ্বৰ এই দুই শক্তিৰ মেচ বুলিলেই সাধাৰণতে বহুদিন পূর্বৰে পৰা উৎকণ্ঠা দেখা যায়, এয়া তেনেই এটা চিনাকি দৃশ্য৷ পিছে এইবাৰ ভাৰত–পাক মেচৰ চর্চাৰ আঁৰত আছে…

আজি সন্মুখ সমৰত ভাৰত-পাক : টীম ইণ্ডিয়াক সকীয়নি পাক দলৰ অধিনায়কৰ

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : এছিয়া কাপৰ হাইভল্টেজ মেচখনৰ পূর্বে টীম ইণ্ডিয়াক সকীয়নি পাকিস্তান দলটোৰ অধিনায়ক ছলমান আঘাৰ৷ আজি এছিয়া কাপত মুখামুখি হ’ব দুই চিৰন্তন প্রতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তান৷ মেচখনৰ পূর্বে পাক দলটোৰ অধিনায়ক ছলমান আঘাই…

এছিয়া কাপৰ আজি হাইভল্টেজ মেচত ভাৰত–পাকিস্তান

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : নানা বিতর্কৰ মাজত আজি এছিয়া কাপত মুখামুখি হ’ব দুই চিৰন্তন প্রতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তান৷ ডুবাইত আজি হ’বলগীয়া হাইভল্টেজ মেচখনক লৈ অৱশ্যে বিশেষ উন্মাদনা নাই অনুৰাগীৰ মাজত৷ পেহেলগাম আক্রমণৰ পিছত এছিয়া কাপৰ ভাৰত…

নুমলীগড়ত আজি প্রধানমন্ত্রী : বিশ্বৰ প্রথম বাঁহভিত্তিক ইথানল প্লাণ্ট উদ্বোধন কৰিব মোদীয়ে

বিশেষ বাৰ্তা, ১৪ ছেপ্টেম্বৰ : আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উদ্বোধন কৰিব নুমলীগড়ত বিশ্বৰ প্রথমটো বাঁহভিত্তিক ২জি বায়’ ইথানল প্লাণ্ট আৰু আধাৰশিলা স্থাপন কৰিব পলিপ্রোপিলিন প্লাণ্টৰ৷ এই দুটা বৃহৎ প্লাণ্টৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন…