নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজয় মালিয়া–নীৰৱ মোদীৰ নতুন ঠিকনা তিহাৰ জে’ল : তিহাৰত ব্রিটিছ আদালতৰ প্রতিনিধি দল

নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ : কোটি কোটি টকাৰ ঋণ লৈ পলাতক হৈ থকা বিজয় মালিয়া আৰু নীৰৱ মোদীৰ পৰৱর্তী ঠিকনা হ’ব পাৰে তিহাৰ জে’ল৷ দুয়োগৰাকী হাইপ্রফাইল প্রৱঞ্চকে ব্রিটেইনত আশ্রয় লৈ থকাৰ পিছত ভাৰতলৈ প্রত্যর্পণ কৰা সন্দর্ভত দীর্ঘদিনীয়া জল্পনা–কল্পনা…

ডুবাইত অনুশীলন ভাৰত–পাক দলৰ : পেহেলগাম কাণ্ডৰ পাছত প্রথম মুখামুখি

নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ : পেহেলগামত পাকিস্তানী সন্ত্রাসবাদীৰ আক্রমণৰ পাছত ক্রিকেট যুঁজত মুখামুখি হ’ব ভাৰত–পাকিস্তান৷ এছিয়া কাপত ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ভাৰত–পাকিস্তান মহাৰণ৷ ইয়াৰ পূর্বে ডুবাইত অনুশীলনত মুখামুখি হ’ল দুয়োটা দল৷ ডুবাইৰ…

ইউক্রেইনৰ সচিবালয়ত ৮০৫ ড্রোন, ক্ষেপণাস্ত্রৰ আঘাত : তিনি বছৰীয়া যুদ্ধৰ আটাইতকৈ ভয়াৱহ আক্রমণ ৰাছিয়াৰ

নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ : ৰাছিয়া–ইউক্রেইনৰ যুদ্ধৰ অৱসানৰ বাবে বিভিন্ন পক্ষই মধ্যস্থতাৰে প্রচেষ্টা অব্যাহত ৰখাৰ মাজতে দেওবাৰে তিনিবছৰীয়া যুদ্ধৰ সর্ববৃহৎ আক্রমণ চলায় পুটিন বাহিনীয়ে৷ মস্কোৱে ইউক্রেইনৰ সচিবালয়কে ধৰি ৰাজধানী কিয়েভৰ কেইবাটাও…

সৰু পৰিয়াল আৰু স্বাস্থ্যৱতী মহিলাৰ বন্ধু অন্তৰা

ডাঃ প্রদীপ কুমাৰ শর্মা স্বাধীনতা লাভৰ সময়ত আমাৰ দেশ পৃথিৱীৰ দ্বিতীয় সর্ববৃহৎ জনবহুল দেশ আছিল৷ বর্ধিত জনসংখ্যাই দেশৰ অর্থনৈতিক, সামাজিক, স্বাস্থ্য আৰু পাৰিপার্শ্বিকত নেতিবাচক প্রভাৱ পেলায় আৰু সামগ্রিকভাৱে দেশৰ উন্নতিত বাধাৰ সৃষ্টি কৰে৷…

বিশ্ব আর্চাৰীত ভাৰতৰ ইতিহাস : পুৰুষৰ দলগত ইভেণ্টত সোণালী সাফল্য ভাৰতীয় আর্চাৰৰ

নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ : বিশ্ব আর্চাৰী চেম্পিয়নশ্বিপত ইতিহাস৷ প্রথমবাৰৰ বাবে পুৰুষৰ দলগত ইভেণ্টত সোণালী সাফল্য ভাৰতৰ৷ কালি কোৰিয়াৰ গুৱাংজুত অনুষ্ঠিত প্রতিযোগিতাখনত ভাৰতীয় কম্পাউণ্ড দলে ফ্রান্সক পৰাস্ত কৰি প্রথমবাৰৰ বাবে স্বর্ণ পদক দখল…

সুকন্যা : মৎস্যখণ্ডৰ শ্রেষ্ঠ মহিলা উদ্যোগী চুমি বৰদলৈৰে সাক্ষাৎকাৰ

সংহত কৃষি পদ্ধতিৰে অর্থনীতিৰ বুনিয়াদ শক্তিশালী কৰিব পাৰি সাক্ষাৎগ্রহণ ড০ ধ্রুৱজ্যোতি শর্মা ফোনঃ ৯৮৫৪৯–৪৪৭০০ আপুনি আৰু স্বামী দুয়োজনেই উচ্চ শিক্ষিত ব্যক্তি৷ স্নাত্তকোত্তৰ ডিগ্রীধাৰী৷ আপুনি বিদ্যালয়ত আৰু আপোনাৰ স্বামীয়ে মহাবিদ্যালয়ত…

কার্যকাল এবছৰ নৌহওঁতেই পদত্যাগ জাপানৰ প্রধানমন্ত্রীৰ

নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ : বিগত সময়ত দলৰ আভ্যন্তৰীণ সংঘাতে জর্জৰিত কৰাৰ পিছত অৱশেষত পদত্যাগৰ সিদ্ধান্ত গ্রহণ কৰে জাপানৰ প্রধানমন্ত্রী শ্বিগেৰু ইছিবাই৷ দেওবাৰে দেশখনৰ চৰকাৰী সংবাদ মাধ্যমত এই কথা প্রকাশ কৰে৷ জাপানত বর্তমান লিবাৰেল…

ব্লাড মুন- পূর্ণগ্রাস গ্রহণত ৰাঙলী চন্দ্রমা : বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ল বিশ্ববাসী

নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ : ২০২৫ বর্ষৰ অন্তিমটো বিৰল মহাজাগতিক ক্ষণৰ সাক্ষী হৈ ৰ’ল বিশ্ববাসী৷ ভাৰতৰ দিল্লী, মুম্বাই, কলকাতা, বেংগালুৰু আদি চহৰৰ লগতে এছিয়া, অষ্ট্রেলিয়া, পূব আফ্রিকা, ইউৰোপৰ কিছু অংশকে ধৰি সমগ্র ভাৰতত পূর্ণগ্রাস চন্দ্রগ্রহণ…

জন্ম শতবার্ষিকীৰ সোঁৱৰণ : ভূপেনদালৈ শ্রদ্ধাঞ্জলি

🔹 নৰেন্দ্র মোদী আজি ৮ ছেপ্টেম্বৰৰ দিনটো ভাৰতীয় সংস্কৃতি আৰু সংগীতৰ প্রতি অনুৰাগী প্রতিগৰাকী ব্যক্তিৰ বাবে এক অতি বিশেষ দিন৷ বিশেষকৈ, অসমৰ মোৰ ভাই–ভনীসকলৰ বাবে এই দিনটো আৰু অধিক গুৰুত্বপূর্ণ৷ কাৰণ, ভাৰতৰ অন্যতম অসাধাৰণ কণ্ঠ ড০ ভূপেন…

সুধাকণ্ঠ বন্দনাৰে উদ্বেলিত ৰাজ্যৰ আকাশ–বতাহ :বর্ণিল আয়োজনেৰে আজি ড০ ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ

ডিজিটেল ডেস্ক, ৮ ছেপ্টেম্বৰ : অসমৰ সাংস্কৃতিক ঐতিহ্যক বিশ্ব দৰবাৰত প্রতিষ্ঠিত কৰি অসমীয়া জাতিক সমৃদ্ধ কৰা ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ আজি ওপজা দিন৷ মানৱতা আৰু সমন্বয়ৰ বার্তাৰে বিশ্বৰ বুকুত সাঁচ ৰাখি যোৱা সুধাকণ্ঠৰ শততম ওপজা দিন উদযাপন কৰিবলৈ…