নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম মহিলা বিশ্ববিদ্যালয়ত সহযোগী অধ্যাপকৰ চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১৪ ছেপ্টেম্বৰ যোৰহাটস্থিত অসম মহিলা বিশ্ববিদ্যালয়ত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

দেশৰ অর্থনীতিলৈ ভাল খবৰ : ভাৰতৰ জিডিপি ৭.৮ শতাংশলৈ বৃদ্ধি

নিউজ ডেস্ক, ৩০ আগষ্ট : আমেৰিকাৰ শুল্কবোমাৰ মাজতে ভাল খবৰ৷ কিয়নো ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন অর্থাৎ জিডিপি ৰিজার্ভ বেংকৰ পূর্বাভাসতকৈ অধিক বৃদ্ধি পায়৷ কেন্দ্রীয় চৰকাৰৰ পৰিসংখ্যা আৰু পৰিকল্পনা বিভাগে প্রকাশ কৰা মতে, ২০২৫–২৬ বিত্তীয় বর্ষৰ প্রথম…

ডিজিটেল এৰেষ্ট : মার্চেণ্ট নেভীৰ প্রাক্তন বিষয়াৰ পৰা লুটিলে কোটি টকা

নিউজ ডেস্ক, ৩০ আগষ্ট : হিন্দী চিনেমাৰ কাহিনীৰ দৰেই চিবিআইৰ বেশত মার্চেণ্ট নেভীৰ এগৰাকী প্রাক্তন বিষয়াৰ পৰা কোটি কোটি টকা লুটি নিয়াৰ খবৰে দেশজুৰি চর্চা লাভ কৰিছে৷ অচিনাকি নম্বৰৰ পৰা চিবিআই বুলি চিনাকি দি লক্ষ্ণৌৰ হৰদ্বীপ সিং নামৰ এগৰাকী…

পেন্সনৰ বাবে আবেদন প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ

প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে ৰাজস্থান বিধানসভাৰ প্ৰাক্তন বিধায়ক হিচাপে পেন্সনৰ বাবে আবেদন কৰিছে। তেওঁ বিধানসভাৰ অধ্যক্ষ বাসুদেৱ দেবনানীৰ ওচৰলৈ এই আবেদন পঠিয়াইছে। অধ্যক্ষ দেবনানীয়ে এই আবেদন পোৱাৰ কথা নিশ্চিত কৰিছে। তেওঁ কৈছে যে…

নাহৰলগুনত অসমীয়া কিশোৰক গুলীচালনা অৰুণাচলীৰ, হাস্পতালত মৃত্যুৰে যুঁজিছে আন্দ্ৰিয়াজে

অৰুণাচলৰ নাহৰলগুনত অসমীয়া কিশোৰৰ ওপৰত গুলীচালনা-ৰ এক ঘটনা সংঘটিত হৈছে।অৰুণাচলী যুৱকৰ গুলীচালনাত গুলীবিদ্ধ হৈছে ১৪ বছৰীয়া কিশোৰ এগৰাকী। আহত কিশোৰজন আন্দ্ৰিয়াজ ইন্দোৱাৰ। আদিবাসী কিশোৰজনক শূন্য দূৰত্বৰ পৰা গুলীয়ায় অৰুণাচলীয়ে। উল্লেখ্য যে…

আধুনিক যুগতো মান্ধাতাযুগীয়া ঘটনা… নিঃসন্তান বাবেই স্বামীগৃহৰ লোকে হত্যা কৰিলে জেছমিনাক

মৰিগাঁৱৰ সৰুচলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এই আধুনিক যুগতো নিঃসন্তান হোৱাৰ বাবেই স্বামী আৰু স্বামীৰ পৰিয়ালে নিৰ্যাতন চলাই হত্যা কৰিলে পত্নীক। যিসময়ত বিজ্ঞানে শিখৰ চুমিব ধৰিছে, সেই সময়ত এনেধৰণৰ ঘটনা সংঘটিত হোৱাটো লজ্জাজনক। ঘটনাৰ পিছতে…

গৰুৰ তেজেৰে ধুৱাব জিলা আয়ুক্ত-এছপি-ন্যায়াধীশৰ গা, যুৱকৰ স্পর্শকাতৰ শ্ল’গানক লৈ ধুবুৰীত প্রতিক্রিয়া

🔹 অভিযুক্ত আবু তাহেৰ খানক আটক আৰক্ষীৰ নিয়মীয়া বার্তা, ৩০ আগষ্ট : ধুবুৰীত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু জিলা ন্যায়াধীশৰ বিৰুদ্ধে চৰম স্পর্শকাতৰ শ্ল’গান দিয়া এজন যুৱকক আৰক্ষীয়ে কৰায়ত্ত কৰে৷ কালি পুৱা প্রায় ৮.৪০ বজাত ধুবুৰী চহৰৰ মাজমজিয়াৰ…

কাছাৰ-ত মৰেল পুলিচিং : দুৰ্ঘটনা সংঘটিত বাহনৰ চালকক দলবদ্ধ আক্ৰমণ উত্তেজিত লোকৰ

পুনৰ কাছাৰত সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক চালকক ৰাজপথত দলবদ্ধ আক্ৰমণ কৰে একাংশ উত্তেজিত লোকে। ঘটনাটো সংঘটিত হৈছে কাছাৰৰ দিগৰখালত। জানিব পৰা মতে, স্থানীয় দুগৰাকী স্কুলীয়া ছাত্ৰী গৈ থকাৰ সময়ত এখন ট্ৰাকে খুন্দা…

মহানগৰী-ৰ ছয়মাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, টিয়াগো বাহনত খুন্দা স্ক’ৰপিঅ’ৰ

নিশাৰ মহানগৰী-ত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। ছয়মাইলৰ NRL পেট্ৰোল পাম্পৰ সন্মুখত সংঘটিত হৈছে দুৰ্ঘটনাটি। পথত ৰখাই থোৱা এখন চাৰিচকীয়া বাহনক প্ৰচণ্ড জোৰে খুন্দা মাৰে আন এখন চাৰি চকীয়া বাহনে। AS 01 PC 4066 নম্বৰৰ তীব্ৰ গতিৰ স্কৰপিঅ বাহনখে…

নগাঁও কাৰাগাৰত বিলাসী কাৰবাৰ : ধনৰ বিনিময়ত কয়েদীক ড্রাগছ

🔹 জিলা আয়ুক্তৰ ছাডেন ভিজিটত উন্মোচিত ভয়াৱহ কাণ্ড বিশেষ বার্তা, ৩০ আগষ্ট : নগাঁৱত কাৰাগাৰতো চলে ড্রাগছৰ মুকলি বেহা৷ নগাঁও কেন্দ্রীয় কাৰাগাৰত ড্রাগছৰ মুকলি বেহাৰ কথা কালি উন্মোচিত হোৱাত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ নগাঁও জিলা আয়ুক্ত…