বাগিচাৰ শ্ৰমিক কঢ়িওৱা বাছ দুৰ্ঘটনাগ্ৰস্ত, আহত ১০
মৰিয়নি নকছাৰীত পুৱাই সংঘটিত হৈছে এক অঘটন। বাগিচাৰ শ্ৰমিক কঢ়িয়াই নিয়া বাছ এখন দুৰ্ঘটনাগ্ৰস্ত হয়। মৰিয়নি দেবেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত তিৰুৱাল চাহ বাগিচাৰ সমীপত বাগিচাৰ শ্ৰমিক কঢ়িয়াই নিয়া এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত খুন্দা…