নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধানমন্ত্ৰীক দিল্লীত সাক্ষাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা-ৰ

সামাজিক তথা অৰ্থনৈতিক ক্ষেত্ৰত অসমে অৰ্জন কৰা  সফলতাৰ কথা ড০ হিমন্ত বিশ্ব শৰ্মা-ই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগত সবিশেষ ব্যক্ত কৰে। সংসদ ভৱনত থকা প্ৰধানমন্ত্ৰীৰ কাৰ্যালায়ত দুপৰীয়াৰ ভাগত হোৱা আলোচনাকালত মুখ্যমন্ত্ৰীয়ে জনায় যে সামাজিক…

ইণ্ডিগ’-ত বিগত ২ বছৰত ১,০০০ নতুন পাইলট নিযুক্ত, লাভ ৭,২৫৮ কোটি

ভাৰতৰ আটাইতকৈ ডাঙৰ বিমান কোম্পানী ইণ্ডিগ’-ৱে বিগত ২ বছৰত ১,০০০তকৈও অধিক পাইলট নিযুক্ত কৰিছে, যাৰ উদ্দেশ্য হৈছে আগ্ৰাসী বৃদ্ধি নীতি আগবঢ়োৱা। ইপিনে, বাকী বিমান উদ্যোগসমূহে পাইলটৰ অভাৱৰ বাবে বিমান স্থগিত ৰখাৰ দৰে সমস্যাৰ সন্মুখীন হৈছিল।…

বৰপেটাৰোডত দীৰ্ঘদিনে সন্ত্ৰাস সৃষ্টি কৰা ৪ গভাইত চোৰ আটক

ডিজিটেল ডেস্ক, ২৮ জুলাই : বৰপেটাৰোডত ২খন চোৰাং ই-ৰিক্সা, বেটাৰীসহ চাৰি গভাইত চোৰক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে দীৰ্ঘদিন ধৰি চাৰি চোৰে বৰপেটাৰোড অঞ্চলৰ ভিন্ন প্ৰান্তত চুৰি কাৰ্য সংঘটিত কৰি সন্ত্ৰাস সৃষ্টি কৰাত শংকিত হৈ পৰিছিল…

সৰ্থেবাৰীৰ বিভিন্ন গাঁৱৰ চৰকাৰী ভূমি বেদখল সন্দেহযুক্তৰ

🔹 বৰঘোপাত উচ্ছেদৰ সমৰ্থনত নিশা ওলাল খিলঞ্জীয়া ৰাইজ ডিজিটেল ডেস্ক, ২৮ জুলাই : অসম চৰকাৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত চলাই থকা উচ্ছেদ অভিযানৰ সমৰ্থনত বৰপেটা জিলাৰ সৰ্থেবাৰীৰ বৰঘোপাত কালি নিশা ওলাই আহিল কেইবাখনো গাঁৱৰ খিলঞ্জীয়া লোক। বৰঘোপা…

অসমৰ আদালত-ত ৩৬৭টা চাকৰি… জানক তাৰিখ, আবেদন প্ৰক্ৰিয়া আৰু পৰীক্ষাৰ সবিশেষ

অসমৰ আদালত-ত চাকৰি : গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ জিলা আদালতসমূহত জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট (JAA) পদসমূহৰ বাবে মুঠ ৩৬৭টা পদৰ নিযুক্তিৰ বাবে বিজ্ঞপ্তি প্ৰকাশ কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়া হৈছে শিক্ষিত স্নাতকসকলৰ বাবে এটা…

ভাৰতীয় সেনাৰ অপাৰেচন মহাদেৱ : ৩ সন্ত্ৰাসবাদী নিহত

অপাৰেচন মহাদেৱ : ভাৰতীয় সেনাই আকৌ এবাৰ এক সন্ত্ৰাসবাদী ষড়যন্ত্ৰ বিফল কৰিছে। আজি জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সেনাই তিনি সন্ত্ৰাসবাদীক হত্যা কৰিবলৈ সক্ষম হয়। এই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানটোৰ নাম আছিল ‘অপাৰেচন মহাদেৱ’। সেনাৰ চিনাৰ…

বাৰে বাৰে একেটা ভুল

🔹 ড০ পার্থসাৰথি মহন্ত আমি সকলোৱে কৰোঁ৷ একেটা ভুল বাৰে বাৰে৷ কিয় কৰোঁ? এই ভুলটো যিকোনো ধৰণৰ হ’ব পাৰে৷ কাৰোবাক জীৱনত আৰু বিশ্বাস নকৰোঁ বুলি ঠিক কৰি লৈছোঁ৷ কিন্তু পিছ পাকতেই তেওঁক আন এটা গুপুত কথা কৈ দিছোঁ৷ তপককৈ যিকোনো কথাত মাত নামাতো বুলি…

পঁইতাভাত-ৰ উপকাৰিতা… জানিলেই আচৰিত হব আপুনি

পঁইতাভাত-ৰ উপকাৰিতা ৰাতুল ৰাজবংশী অসমীয়াত এষাৰ কথাই আছে বোলে, পান্তা ভাতৰ জল তিন পুৰুষৰ বল৷ একেবাৰে সঁচা কথা৷ পান্তা ভাতৰ ইমান শক্তি যে এই ভাত খালে শৰীৰে যথেষ্ট শক্তি লাভ কৰে৷ বিভিন্ন গৱেষণাৰ পৰা পান্তা ভাত বা পঁইতাভাতৰ উপকাৰিতা বিশ্লেষণ…

বৃহৎ নদীবান্ধে বিপদ মাতিছে পৃথিৱীৰ চুম্বকীয় ক্ষেত্রলৈ

🔹 হার্ভার্ড বিশ্ববিঃৰ গৱেষণাত উদ্বেগজনক তথ্য 🔹 সাগৰ–মহাসাগৰৰ বুকুত দিকভ্ৰান্ত হৈ পৰিব জাহাজ : বিমানচালকৰ নেভিগেচনত অকস্মাতে হ’ব পাৰে মাৰাত্মক ভুল : গুগল মেপেৰে পথ নির্ণয়ত সৃষ্টি হ’ব জটিলতা ‘নিয়মীয়া বার্তা’ৰ প্রতিবেদন, ২৮ জুলাই : একবিংশ…

অধিনায়কত্বত গিলৰ গৌৰৱোজ্জ্বল ইনিংছ… ব্যতিক্ৰমী মাইলষ্ট’ন স্পৰ্শ

ব্যতিক্ৰমী মাইলষ্ট'ন : মানচেষ্টাৰত চলিত শৃংখলাৰ চতুর্থ শতৰান অর্জন কৰিলে শুভমনে৷ যশস্বী জয়ছোৱাল আৰু সুনীল গাভাস্কাৰৰ পিছত ভাৰতৰ তৃতীয় বেটাৰ হিচাপে তেওঁ এই কৃতিত্ব গঢ়িলে৷ গাভাস্কাৰে ১৯৭১ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আৰু ১৯৭৮–১৯৭৯ চনত একেটা দলৰ…