নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপদত ছাত্ৰ-ছাত্ৰী? কটকৰ Ravenshaw University-ৰ ৱেবছাইট হেক

Ravenshaw University haked : খবৰৰ আধাৰত জানিব পৰা মতে, ওড়িশাৰ কটকৰ ৰেভেনশ্ব বিশ্ববিদ্যালয়ৰ চৰকাৰী ৱেবছাইটত চাইবাৰ আক্ৰমণ সংঘটিত হৈছে। উক্ত ৱেবছাইটটো আজি হেক হোৱাৰ কথা ধৰা পৰিছে। ৰিপ’ৰ্ট অনুসৰি, বিশ্ববিদ্যালয়ৰ ৱেবছাইট হেক হোৱাৰ খবৰ পোৱাৰ…

২৯ জুলাইত উৰিয়ামঘাটত চলিব বিশাল উচ্ছেদ অভিযান

🔹 ৩ দিনত ১১ হাজাৰ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য 🔹 সাজু বন–চিআৰপিএফ-আৰক্ষীৰ ৬০০জনীয়া দল 🔹  মিঞামুক্ত হ'ব ৰেংমা সংৰক্ষিত বনাঞ্চল বিশেষ বার্তা, ২৭ জুলাই : গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত বহু দিন ধৰি চলি…

শাওণ দর্শন-ৰ সময়ত দুৰ্ঘটনা : বাৰাবাংকীত ২জনৰ মৃত্যু, ৩২জন আহত

শাওণ দর্শন : উত্তৰ প্ৰদেশৰ বাৰাবাংকীৰ আওশনেশ্বৰ মহাদেৱ মন্দিৰত আজি পুৱা ‘শাওণ’ মাহৰ তৃতীয় সোমবাৰৰ বিশেষ পূজাৰ সময়ত এক দুখজনক ঘটনাৰ সৃষ্টি হয়। মন্দিৰ চৌহদত দৰ্শনলৈ আহিছিল শতাধিক ভক্ত, সেই সময়ত এটা বান্দৰৰ দৌৰত খহি পৰা এডাল বিদ্যুত পৰিবাহী…

মানচেষ্টাৰ টেষ্ট ড্ৰ : জাদেজা–ৱাশ্বিংটনৰ দুর্দান্ত অলৰাউণ্ড প্রদর্শন

🔹 ভাৰতৰ যুঁজাৰু মানসিকতাত তচনচ ইংলেণ্ডৰ দম্ভ নিউজ ডেস্ক, ২৮ জুলাই : সন্মুখত পাহাৰসম লক্ষ্যৰে মানচেষ্টাৰ টেষ্টৰ পঞ্চম দিনা ভাৰতীয় বেটাৰৰ বাবে সৃষ্টি হৈছিল তীব্র প্রত্যাহ্বান৷ ভাৰতৰ বাবে মেচ জিকা সম্ভৱপৰ নাছিল৷ তথাপি ভাৰতৰ যুঁজাৰু…

ড০ কুলধৰ শইকীয়াৰ ইতিহাসত চকৰীফেটী মঞ্চস্থ

চকৰীফেটী মঞ্চস্থ : ৰূপালী জয়ন্তী বৰ্ষত উপনীত হোৱা নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাৰ উদ্যোগত আৰু সাৰ্বজনীন কেন্দ্ৰৰ সহযোগত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট নাট্যকাৰ ড০কুলধৰ শইকীয়া ৰচিত আৰু বোলছবি পৰিচালক উপকুল বৰদলৈ পৰিচালিত…

চীনৰ ‘জলবোমা’ৰ প্রত্যুত্তৰত ভাৰতৰ বিশাল বান্ধ

🔹 ১১ হাজাৰ মেগাৱাটৰ চিয়াং প্রকল্প নির্মাণৰ যুদ্ধংদেহি তৎপৰতা নিউজ ডেস্ক, ২৮ জুলাই : অসমসহ উত্তৰ–পূর্বাঞ্চলবাসীক আতংকিত কৰি অৰুণাচল প্রদেশ সংলগ্ন আন্তর্জাতিক সীমান্তৰ সমীপৱর্তী তিব্বতত আগ্রাসী ৰঙা চীনে নির্মাণ কৰিবলৈ লোৱা ‘জলবোমা’ক সমুচিত…

প্রাকৃতিক সম্পদৰ সংৰক্ষণ

এখন সুস্থ সমাজৰ বাবে এটি সুস্থ প্রাকৃতিক পৰিৱেশৰ অর্থাৎ এখন সুস্থ সমাজৰ মূল ভেটি হৈছে এটি সুস্থ প্রাকৃতিক পৰিৱেশ৷ প্রকৃতিপ্রদত্ত সম্পদসমূহৰ পৰাই মানুহে দৈনন্দিন জীৱন ধাৰণ কৰে৷ প্রকৃতিৰ পৰা লাভ কৰা বায়ু, পোহৰ, ৰ’দ, মাটি, খনিজ পদার্থ, তেল আৰু…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ২৮ জুলাই, শাওণ মাহৰ ১১ তাৰিখ সোমবাৰ : তিথি–শুক্লা চতুর্থী, নক্ষত্র : পূর্বফাল্গুনী, যাত্রা : শুভ মেষ : ৰাজহুৱা কামত খ্যাতি ম্লান নহয়৷ শৰীৰ মধ্যম৷ বন্ধুবর্গৰ লগত সু–সম্বন্ধ থাকিব৷ বিদ্যাত ভালেই৷ ব্যৱসায়ীসকল বাধাৰ…

ৰাজ্যত অভাৱনীয় গৰম : গ্রীষ্মৰ মোকাবিলা কৰিবলৈ ১৮ বিভাগক একচন প্লেনৰ নির্দেশ

বিশেষ বাৰ্তা, ২৭ জুলাই : অভাৱনীয় গ্রীষ্মপ্রৱাহৰ কবলত পৰা ৰাজ্যত এতিয়া সৃষ্টি হৈছে খৰাংসদৃশ পৰিৱেশ৷ তাপমাত্রা প্রতিদিনে বৃদ্ধি হোৱাৰ ফলত অসহ্যকৰ পৰিৱেশৰ সন্মুখীন হ’ব লগা হৈছে শিক্ষার্থীসকল৷ গ্রীষ্ম বন্ধৰ দিন খোলাৰ সময়তে বিদ্যালয়ত…

হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰত অঘটন

🔹 পদপিষ্টৰ ঘটনাত ৬ তীৰ্থযাত্ৰীৰ প্ৰাণহানি নিউজ ডেস্ক, ২৭ জুলাই : ধৰ্মীয় স্থানত পুনৰ অঘটন। এইবাৰ হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰত ভক্তৰ মাজত হোৱা দৌৰা দৌৰিত কমেও ৬জন লোকৰ মৃত্যু হোৱাৰ লগতে অনেকজন আহত হয়। প্ৰথম অৱস্থাত ধাৰণা কৰা মতে, মন্দিৰৰ…