নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাৰ ৪ সমষ্টিত কংগ্ৰেছ দুখন, অগপ-তৃণমূল কংগ্ৰেছৰ এখনকৈ আসন লাভ

বৰপেটা নিৰ্বাচনী জিলাৰ চাৰিটা সমষ্টিৰ দুটা সমষ্টিত কংগ্ৰেছ ,এটা সমষ্টিত অসম গণ পৰিষদ আৰু এটা তৃণমূল কংগ্ৰেছ দলে লাভ কৰে ৷ জিলাখনৰ ২৪  নং বৰপেটা বিধান সভা সমষ্টিত অসম গণ পৰিয়দৰ প্ৰাৰ্থী দীপক কুমাৰ দাসে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী নিৰ্দলীয়…

বাক্সা জিলাৰ দুয়োটা সমষ্টিত বিপিএফৰ জয়লাভ

বহু জল্পনা-কল্পনাৰ অন্ত পেলাই ভোটগণনা সম্পূৰ্ণ হয়। বাক্সা জিলাত ভোট গণনা অনুসৰি জিলাখনৰ দুয়োখন আসনতে বিপিএফ দলে শেষ হাহি মাৰে। ৪১নং মানাহ সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীয়ে মুঠ ৯০,০৬০ ভোট লাভ কৰি জয়যুক্ত হয়। তেওঁৰ নিকটতম…

তৃতীয়বাৰৰ বাবে বিধায়ক নিৰ্বাচিত গহপুৰৰ বিজেপি প্ৰাৰ্থী উৎপল বৰা

ঐতিহাসিক গহপুৰ বিধানসভা সমষ্টিৰ পৰা তৃতীয় বাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হৈছে উৎপল বৰা। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী উৎপল বৰাই ৯৬৫৮২ লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী তথা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ গণেশ কুটুমৰ পুত্ৰ শংকৰজ্যোতি…

দিগন্ত বৰ্মনক পৰাস্ত কৰি বৰক্ষেত্ৰী দখল নাৰায়ণ ডেকাৰ

বৰক্ষেত্ৰী সমষ্টিত আশা কৰা ধৰণে শেষ মুহূৰ্তত হাঁহি মাৰিবলৈ সক্ষম হৈছে বিজেপি দলৰ প্ৰাৰ্থী নাৰায়ণ ডেকাই।ভোট গণনাৰ অন্তত নলবাৰী জিলাৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে বিবেচিত ৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিত জয়লাভ কৰে বিজেপিৰ…

তচনচ বিৰোধী : গুৱাহাটীৰ আটাইকেইটা সমষ্টি NDA-ৰ দখলত

গুৱাহাটীৰ ৫টা সমষ্টিতে এনডিএৰ বৃহৎ জয় সকলো ভৱিষ্যদ্বাণী, পূর্বানুমান–সম্ভাৱন্ নস্যাৎ কৰি ৰাজনীতিৰ চাণক্য ড০ হিমন্ত বিশ্ব শর্মাৰ অপ্রতিৰোধ্য শক্তিশেলৰ সন্মুখত ধূলিসাৎ হৈ পৰিল বিৰোধী মিত্রজোঁট৷ ৰাজ্যৰ আন প্রান্তৰ লগতে গুৱাহাটীৰ অন্তর্গত…

মাজসাগৰত এন্দুৰে বিয়পাইছে মাৰাত্মক হাণ্টা ভাইৰাছ, জাহাজতে তিনি যাত্রীৰ মৃত্যু

ডিজিটেল ডেস্ক, ৫ মে’ : মাজসাগৰত আতংক৷ জাহাজত এন্দুৰৰ পৰা বিয়পি পৰিল মাৰাত্মক হাণ্টা ভাইৰাছ৷ ভয়ংকৰ এই ভাইৰাছত আক্রান্ত হৈ মৃত্যু হৈছে ৩জনৰ৷ লগতে অসুস্থ হৈ পৰিছে আন কেইবাজনো লোক৷ বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ আফ্রিকা বিভাগৰ তৰফৰ পৰা দেওবাৰে…

১৫ দিন পূর্বৰ ভৱিষ্যদ্বাণী… আৰু ফলাফলত মিলিল হুবহু

বেষ্ট ১০১, বেটাৰ ৯০ প্লাছ, ৱর্ষ্ট ৮৮ প্লাছ৷ অসম বিধানসভা নির্বাচনৰ ১২৬টা সমষ্টিৰ ফলাফলক লৈ এই ভৱিষ্যদ্বাণী কৰিছিল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ নির্বাচনৰ ভোটগ্রহণৰ ১৫ দিন পূর্বে কেন্দ্রীয় মন্ত্রী পৱিত্র মার্ঘেৰিটাৰ হাতত বিজেপি…

মমতাৰ ১৫ বছৰীয়া দুর্গ তচনচ কৰি পশ্চিমবংগ দখল বিজেপিৰ

অংগ–কলিংগৰ পিছত বংগ জয়েৰে জনসংঘৰ প্রতিষ্ঠাপক শ্যামাপ্রসাদ মুখার্জীৰ সপোন পূৰণ কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু অমিত শ্বাহৰ সু–নেতৃত্বই৷ মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছৰ ১৫ বছৰীয়া শাসনৰ বাঘজৰী ওফৰাই বংগত ঐতিহাসিক বিজয়ধ্বজা…

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিপক্ষে ৬ উইকেটত জয়লাভ মুম্বাইৰ

ডিজিটেল ডেস্ক, ৫ মে’ : পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে চলিত আইপিএলত তৃতীয়টো জয়ৰ মুখ দেখিছে৷ ৱাংখেড়েত সোমবাৰে অনুষ্ঠিত মেচখনত ঘৰুৱা দল মুম্বায়ে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৬ উইকেটত পৰাস্ত কৰে৷ মেচখনত লক্ষ্ণৌৱে জয়ৰ বাবে বান্ধি দিয়া ২২৯ ৰানৰ…

অসমত ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত NDA-ৰ অবিশ্বাস্য বিজয়

বিকাশ, উন্নয়ন আৰু ঐতিহ্যৰ সুৰক্ষা– এই লক্ষ্যৰে নির্বাচনী যুঁজত নমা বিজেপিয়ে গেৰুৱাময় কৰি তুলিলে অসমৰ আকাশ–বতাহ–মাটি৷ বিৰোধীক সম্পূর্ণৰূপে ধূলিসাৎ কৰি ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত অবিশ্বাস্য বিজয় লাভ কৰাই নহয়, বিৰোধী ঐক্যৰ কেইবাগৰাকীও…