নিদ্ৰাৰত গাঁওবাসীৰ ওপৰত সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীচালনা; ২৯জনৰ প্ৰাণহানি
ডিজিটেল ডেস্ক, ২৮ এপ্ৰিল : নিশা শুই থকা গাঁওবাসীৰ ওপৰত সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীচালনা। সন্ত্রাসৰ জুইত জ্বলিছে আফ্ৰিকান দেশ নাইজেৰিয়া। এইবাৰ নিশাৰ আন্ধাৰত নাইজেৰিয়াৰ খ্ৰীষ্টান অধ্যুষিত এখন গাঁৱক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে ভয়ংকৰ আক্ৰমণ…