ৰিজাৰ্ভ বেংকে বন্ধ কৰিব নেকি ২০০০টকীয়া নোট?
নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ বন্ধ হ'ব নেকি ২০০০ টকীয়া নোট । সম্প্ৰতি ছচিয়েল মিডিয়াত এই সম্পৰ্কে বিভিন্ন বাতৰি উৰি থকা দেখা গৈছে। এই উৰা বাতৰিত দাবী কৰা হৈছে যে ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰিব । যাৰ বাবে এটি এমত ১০০, ২০০, ৫০০ টকাৰ নোটৰ প্ৰচলন বৃদ্ধি কৰা হৈছে।
চৰকাৰে এই সন্দৰ্ভত জানিবলৈ দিয়ে এইটো সম্পূৰ্ণ ভুৱা পোষ্ট। ৰিৰ্জাব বেংক অফ…
Read More...