চীনৰ কূটকৌশল
নিয়মীয়া বার্তা, ১২ ছেপ্টেম্বৰঃ মস্কোত ভাৰত আৰু চীনৰ বিদেশ মন্ত্রীৰ মাজত পাঁচদফীয়া বুজাবুজিৰ চুক্তিৰে লাডাখৰ পৰিস্থিতি পুনৰ শান্ত কৰাৰ লগতে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পর্ক উন্নত কৰাৰ প্রচেষ্টা হাতত লোৱা হৈছে৷ কিন্তু এছ জয়শংকৰ আৰু ৱাং ইৰ মাজত হোৱা এই বুজাবুজিৰ সুফল ভাৰতৰ পক্ষে লাভ কৰাটো কিমান দূৰ সম্ভৱ হ’ব, তাক লৈ স্বাভাৱিক কাৰণতে অনিশ্চয়তা থাকি…
Read More...