টাইৱানলৈ যুদ্ধৰ হুংকাৰ চীনৰ
আকাশী সীমা উলংঘা কৰা চীনা ড্রোন গুলীয়াই ভূপতিত কৰাৰ পাছতে টাইৱানৰ বিৰুদ্ধে যুদ্ধৰ হুংকাৰ দিছে বেইজিং প্রশাসনে৷ চীনৰ মূল ভূখণ্ডৰ সমীপৱর্তী কুৱাংঝাউ দ্বীপৰ ওচৰত কালি টাইৱানৰ সেনাই আকাশী সীমা উলংঘা কৰা ড্রোনখন গুলীয়াই ধ্বংস কৰে৷ লক্ষণীয় বিষয়টো হৈছে এই দ্বীপটোৰ ওপৰত আছে তীব্র নজৰ চীনৰ৷ কিন্তু দ্বীপটো নিয়ন্ত্রণত আছে টাইৱানৰ৷ টাইৱানৰ আশংকা যে এই দ্বীপটোৰ…
Read More...