পঞ্চানন হাজৰিকাৰ গল্প সংকলন ‘আমি’ উন্মোচন
বিশেষ বাৰ্তা, ১০ ডিচেম্বৰ : আজি বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ত গল্পকাৰ পঞ্চানন হাজৰিকাৰ নৱতম গল্প সংকলন "আমি" উন্মোচন কৰা হয়। "আমি" উন্মোচন কৰি বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক অৰূপা পটংগীয়া কলিতাই কয়- পঞ্চানন হাজৰিকাৰ গল্পৰ প্ৰায় প্ৰতিটো চৰিত্ৰকেই সমাজ-ৰাজনীতি, পৰিস্থিতি আৰু ইতিহাসে সৃষ্টি কৰিছে। তেওঁৰ গল্পত নব্বৈ দশকৰ অশান্ত অসম…
Read More...