এহাজাৰ কর্মচাৰীক চাটাই কৰিলে পে’টিএমে
🔹 কর্মস্থলীত মানৱৰ চাকৰি খোৱা অভিযান আৰম্ভ কৃত্রিম বুদ্ধিমত্তা এপছত
বিশেষ বাৰ্তা, ২৬ ডিচেম্বৰ : কৃত্রিম বুদ্ধিমত্তাৰ মোতায়েনে মানৱ জাতিৰ বাবে প্রত্যাহ্বান কঢ়িয়াই আনিব বুলি বিশেষজ্ঞই কৰা শংকা এতিয়া সত্য প্রমাণিত হোৱাৰ দিশে আগবাঢ়িছে৷ কৃত্রিম বুদ্ধিমত্তা (এআই) কর্মস্থানত নিয়োগ কৰিলে মানুহৰ সংস্থাপন কাঢ়ি নিব বুলি চলি থকা চর্চা শেহতীয়াভাৱে সত্যত…
Read More...