বৃদ্ধি পাইছে ভাৰতীয় নাগৰিকত্ব ত্যাগৰ হাৰ, কিন্তু কিয়?
যোৱা ১৪ বছৰত কিমানজন ভাৰতীয় লোকে নাগৰিকত্ব ত্যাগ কৰিছে সেই সম্পর্কীয় এটা লিখিত প্রশ্নৰ উত্তৰত সংসদৰ শীতকালীন অধিৱেশনত বিদেশ মন্ত্রালয়ে জনাইছে যে ২০১১ৰ পৰা ২০২৪ চন পর্যন্ত ২০ লাখৰো অধিক ভাৰতীয় লোকে দেশৰ নাগৰিকত্ব ত্যাগ কৰিছে৷
বিদেশ মন্ত্রালয়ে দিয়া পৰিসংখ্যাত কোৱা হৈছে যে ২০২২ চনৰ পৰা নাগৰিকত্ব ত্যাগৰ হাৰ বৃদ্ধি পাইছে৷ পৰিসংখ্যাত লগতে কোৱা হৈছে যে…
Read More...