গুৱাহাটীত বিশ্বকাপৰ গ্রুপ পর্যায়ৰ মেচ!
বিশেষ বাৰ্তা, ১২ জানুৱাৰীঃ গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত সফলতাৰে ভাৰত আৰু শ্রীলংকাৰ এদিনীয়া মেচ সম্পন্ন হৈ যোৱাৰ পিছত সংবাদ মেলৰ আয়োজন কৰে অসম ক্রিকেট সন্থাই৷ মেচখন সফলতাৰে সম্পন্ন হৈ যোৱাত সকলোকে ধন্যবাদ জনায় অসম ক্রিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে৷ ভাৰত–শ্রীলংকাৰ এদিনীয়া মেচখনৰ সফল সমাপ্তিয়ে আগন্তুক এদিনীয়া বিশ্বকাপৰ মেচ গুৱাহাটীত অনুষ্ঠিত কৰাৰ বাট…
Read More...