ব্রিটেইনৰ পৰা ৯০০ অক্সিজেন চিলিণ্ডাৰ আনিলে ভাৰতীয় বায়ুসেনাই
নিয়মীয়া বাৰ্তা, ৫ মেঃ ব্রিটিছ অক্সিজেন কোম্পানীয়ে আগবঢ়োৱা ৯০০ অক্সিজেন চিলিণ্ডাৰ ভাৰতলৈ আনিলে দেশৰ বায়ুসেনা বাহিনীয়ে৷ ভাৰতত অক্সিজেনৰ প্রচণ্ড নাটনিৰ বাবে শ শ ক’ভিড ৰোগীয়ে মৃত্যুক আঁকোৱালি লোৱাৰ পৰিপ্রেক্ষিতত ব্রিটিছ অক্সিজেন কোম্পানীয়ে ক’ভিড–১৯ যুঁজত সহায়ৰ বাবে ৫০০০ অক্সিজেন চিলিণ্ডাৰ যোগানৰ প্রস্তাৱ আগবঢ়াইছিল৷ সেই প্রস্তাৱৰ প্রথম কিস্তি হিচাপে…
Read More...