ভাৰতৰ পৰা ১০ লাখ কর্মী নিয়োগৰ পৰিকল্পনা মস্কোৰ
🔹 চৰম শ্রমিক সংকটত ভুগিছে যুদ্ধৰত ৰাছিয়া
নিউজ ডেস্ক, ১৫ জুলাই : ইউক্রেইনৰ সৈতে যুদ্ধৰত ৰাছিয়াত চৰম শ্রমিক সংকটে দেখা দিছে৷ ইউক্রেইনক ধ্বংস কৰাৰ বদ্ধপৰিকৰ ৰাছিয়াই যুৱ শক্তিক সামৰিক শক্তি হিচাপে নিয়োগ কৰিছে৷ এই যুদ্ধৰ অগ্ণিত ৰাছিয়াত বিভিন্ন নির্মাণ খণ্ডত শ্রমিকৰ সংকটে ভয়াৱহ ৰূপ লৈছে৷ পৰিণতিত দেশখনৰ বিভিন্ন কাৰখানা আৰু নির্মাণ সংস্থা সমস্যাত ভুগিছে৷…
Read More...