ছত্তীশগড়ত নিৰাপত্তা বাহিনীৰ সংঘর্ষত নিহত ১২ দুর্ধর্ষ মাওবাদী
বিশেষ বাৰ্তা, ১১ মে’ : ছত্তীশগড়ত মাওবাদীৰ বিৰুদ্ধে অভিযানত নিৰাপত্তা বাহিনীয়ে ইটোৰ পিছত সিটো বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ যোৱানিশা ৰাজ্যখনৰ বিজাপুৰত নিৰাপত্তা বাহিনীৰে সংঘর্ষত ১২ দুর্ধর্ষ মাওবাদী সদস্য নিহত হৈছে৷ গোপন সূত্রৰ পম খেদি বিজাপুৰ জিলাৰ গাংগালুৰ অঞ্চলত নিৰাপত্তা বাহিনীয়ে অভিযান চলোৱাৰ সময়তে মাওবাদীৰ সৈতে ভয়াৱহ সংঘর্ষ হয়৷ এই সংঘর্ষত…
Read More...