‘৪০০ আসনেৰে মোদী প্রধানমন্ত্রী হ’লে পাক অধিকৃত কাশ্মীৰ ওভতাই আনিব’
🔹 পঞ্জাবৰ পাটিয়ালাত মুখ্যমন্ত্রী ড০ শর্মাৰ বিশাল ৰোড শ্ব’
বিশেষ বাৰ্তা, ১৪ মে’ : অসমৰ তিনিটা পর্যায়ত লোকসভা নির্বাচনৰ ভোটগ্রহণ হৈ যোৱাৰ পাছত বিজেপিৰ অন্যতম ষ্টাৰ কেম্পেইনাৰ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বহিঃৰাজ্যত ধাৰাবাহিকভাৱে নির্বাচনী প্রচাৰ অব্যাহত ৰাখিছে৷ ওড়িশা, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, দিল্লীৰ পাছত কালি মুখ্যমন্ত্রী ড০ শর্মাই…
Read More...