আজি ওড়িশাত নির্বাচনী প্রচাৰ চলাব মুখ্যমন্ত্রী ড০ শর্মাই
🔹 তিনি দিনত চাৰি ৰাজ্যত জনসভা–ৰোড শ্ব’ৰে বজাব ৰণডংকা
বিশেষ বাৰ্তা, ৯ মে’ : অসমত তিনিটা পর্যায়ত লোকসভা নির্বাচনৰ ভোটগ্রহণ শেষ হোৱাৰ পিছত বিজেপিৰ অন্যতম ষ্টাৰ কেম্পেইনাৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজিৰ পৰা ভাৰতৰ বিভিন্ন প্রদেশত নির্বাচনী প্রচাৰ চলাব৷ আজিৰ পৰা অহা ১১ মে’লৈ মুখ্যমন্ত্রী ড০ শর্মাই চাৰি ৰাজ্য ওড়িশা, পশ্চিমবংগ, বিহাৰ আৰু…
Read More...