গাজাৰ দৰে পৰিণতি হ’ব পাৰে কাশ্মীৰৰ !
🔹 ফাৰুক আব্দুল্লাৰ মন্তব্যক কেন্দ্র কৰি বিতর্ক
বিশেষ বাৰ্তা, ২৬ ডিচেম্বৰ : গাজা ভূখণ্ডত শান্তি পুনৰ প্রতিষ্ঠাৰ বাবে ইজৰাইল আৰু হামাছৰ মাজত আলোচনা দাবী কৰি আহিছে ভাৰতে ৷ তেনেহ’লে কাশ্মীৰত শান্তি প্রতিষ্ঠাৰ বাবে নতুন দিল্লী–ইছলামাবাদৰ মাজত আলোচনা অনুষ্ঠিত হোৱাৰ ক্ষেত্রত বাধা কিয়? আজি এই প্রশ্ণ তুলিলে জম্মু–কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রী তথা নেচনেল…
Read More...