ভাৰতীয় সেনাৰ দৃষ্টি আঁতৰাবলৈ বনাঞ্চলত জুই পাক সেনাৰ
🔹 অনুপ্রৱেশৰ চেষ্টা কৰোঁতে পাক সন্ত্রাসবাদীক গুলীয়াই হত্যা
বিশেষ বাৰ্তা, ২৩ ডিচেম্বৰ : জম্মু–কাশ্মীৰৰ আন্তর্জাতিক সীমান্তৰে ভাৰতীয় ভূমিত অনুপ্রৱেশ কৰিবলৈ ৪ পাক সন্ত্রাসবাদীয়ে চলোৱা চেষ্টাক আজি পুৱা ব্যর্থ কৰে ভাৰতীয় সেনাই৷ অঞ্চলটোৰ আখনুৰত আজি পুৱা পাক সেনাই বনাঞ্চলত জুই দি আন্তর্জাতিক সীমান্তৰে ৪ পাক সন্ত্রাসবাদীক ভাৰতীয় ভূমিত অনুপ্রৱেশৰ চেষ্টা…
Read More...