ভাৰতত ক’ৰোনাত ৫জনৰ মৃত্যু, নতুন ভেৰিয়েন্টক লৈ চিন্তিত WHO
বিশেষ বাৰ্তা, ১৮ ডিচেম্বৰ : সমগ্ৰ দেশত পুনৰ আৰম্ভ হৈছে ক'ৰোনাৰ আতংক। মাৰাত্মক ক'ৰোনাৰ বাবে এদিনতে ৫জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ২৪ ঘন্টাত ৩৩৫জন লোক Covidত আক্ৰান্ত হয়। সমগ্ৰ দেশতে সক্ৰিয় ৰোগীৰ সংখ্যা প্ৰায় ২ হাজাৰ হৈছেগৈ। স্বাস্থ্য মন্ত্ৰালয়ে দেশবাসীক সাৱধান হ’বলৈ নিৰ্দেশ দিছে। কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে ক'ৰোনাৰ সংক্ৰমণ বৃদ্ধি…
Read More...