বিষাক্ত ঘাঁহ খাই ৭৫টা ভেড়া–ছাগলীৰ মৃত্যু মহাৰাষ্ট্রত
নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিল: বিষাক্ত খাদ্য খাই একেলগে মৃত্যু হৈছে ৭৫টা ভেড়া আৰু ছাগলীৰ৷ মহাৰাষ্ট্রৰ ছত্রপতি সম্ভাজী নগৰত সংঘটিত হৈছে এই ঘটনা৷ এগৰাকী চৰকাৰী বিষয়াই আজি সদৰী কৰিছে এই তথ্য৷ কালি ছিলোড় তালুকৰ আন্ধেৰী ছিবাৰাত পশুপালকে ভেড়া আৰু ছাগলীৰ জাক মুকলি পথাৰত মেলি দিছিল৷ ঘাঁহ খাই থকা অৱস্থাতে অসুস্থ হৈ পৰে এই ছাগলী আৰু ভেড়াবোৰ৷ কালি মাজনিশালৈ ৭৫টা…
Read More...