সন্ত্রাসবাদীক ধন যোগান ধৰা কুখ্যাত চক্র উৎখাত জম্মু–কাশ্মীৰত
নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰঃ জম্মু–কাশ্মীৰৰ কুপৱাৰাত অভিযান চলাই সন্ত্রাসবাদীক আর্থিক সাহায্য আগবঢ়াই অহা বৃহৎ চক্র এটা উৎখাত কৰিবলৈ সক্ষম হৈছে আৰক্ষী৷ অকল অর্থ–সাহায্য আগবঢ়োৱাই নহয়, সন্ত্রাসবাদী সংগঠনত যুৱকক নিয়োগৰ সৈতেও জড়িত আছিল এই চক্রটো৷ এই ঘটনাত জড়িত থকাৰ অভিযোগত ৬জনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি ধৃত লোককেইজনৰ জিম্মাৰ…
Read More...