দিল্লী বিস্ফোৰণৰ ষড়যন্ত্ৰকাৰীয়ে নাপাব ৰেহাই, ভূটানৰ পৰা গৰজি উঠিল মোদী
নিউজ ডেস্ক, ১১ নৱেম্বৰ : দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানলৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভূটানৰ পৰাই দিল্লী বিস্ফোৰণৰ সৈতে জড়িত ষড়যন্ত্ৰকাৰীলৈ কঠোৰ সতৰ্কবাণী মোদীৰ। প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্টকৈ জনায় যে দিল্লী বিস্ফোৰণৰ সৈতে জড়িত ষড়যন্ত্ৰকাৰীসকলে ৰক্ষা নাপাব।
তেওঁ কয়- “আজি মই ইয়াত অতি ভাৰাক্ৰান্ত মন লৈ আহিছোঁ। কালি সন্ধিয়া দিল্লীত সংঘটিত…
Read More...