মাজ আকাশত বিমানৰ বাথৰুমত আইছ’লেচন ৰোগীৰঃ বিমানযাত্রী ক’ভিডত আক্রান্ত
নিয়মীয়া বার্তা, ২ জানুৱাৰী: আমেৰিকা যুক্তৰাষ্ট্রৰ বিমান এখনত মাজ আকাশত যাত্রী এগৰাকী ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পিছতেই বিমানখনৰ বাথৰুমত কেইবাঘণ্টা ধৰি আইছ’লেচন কৰি ৰখা ঘটনাক লৈ আলোড়নৰ সৃষ্টি হৈছে৷ তথ্য মতে, আইচলেণ্ডৰ পৰা চিকাগোলৈ বিমানেৰে গৈ থকা অৱস্থাত মিছিগানৰ স্কুলৰ মেৰিছা ফটিঅ’ নামৰ শিক্ষকগৰাকীৰ হঠাতে ডিঙিত অসুবিধাৰ সৃষ্টি হয়৷ লগে লগে তেওঁ বিমানৰ…
Read More...