ধুমুহা জাৱাদৰ প্রভাৱত ওড়িশাত মুষলধাৰ বৃষ্টিপাত
নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰ: সামুদ্রিক ধুুমুহা জাৱাদৰ প্রভাৱত আজি পুৱাৰে পৰা ওড়িশাৰ উপকূলীয় অঞ্চলত চলি আছে বৃষ্টিপাত৷ মূষলধাৰ বৃষ্টিয়ে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত তাণ্ডৱ সৃষ্টি কৰিছে যদিও সামুদ্রিক ধুমুহা জাৱাদ ক্রমাৎ দুর্বল হৈ পৰিছে৷ তথাপি ইয়াৰ প্রভাৱত ওড়িশাসহ কেইবাখনো ৰাজ্যত আৰম্ভ হৈছে বৃষ্টিপাত৷ উল্লেখনীয় যে বংগোপসাগৰৰ পৰা গোপালপুৰ, পুৰী, পাৰাদ্বীপ…
Read More...