মঙল গ্রহত অহা সপ্তাহত উৰিব ৰ’বটিক হেলিকপ্টাৰ
নিয়মীয়া বাৰ্তা, ৫ এপ্রিলঃ ৰঙাগ্রহ মঙলত পাৰছেভাৰেন্স ৰ’ভাৰেৰে বিভিন্ন পৰীক্ষা–নিৰীক্ষা চলাই থকা আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছাই জে পি এল টুইটযোগে ইঞ্জিনিউটী হেলিকপ্টাৰৰ এক আলোকচিত্র মুকলি কৰি দিছে৷
নাছাৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি, ১.৮ কিলোগ্রাম ওজনৰ ৰ’বটিক হেলিকপ্টাৰখন কালি বিচ্ছিন্ন হৈছে পাৰছেভাৰেন্সৰ পৰা৷
স্মর্তব্য যে পাৰছেভাৰেন্সৰ সৈতে এই…
Read More...