অভিযোগৰ ২৪ ঘণ্টাৰ পিছত আঁতৰাব লাগিব আপত্তিকৰ পোষ্টঃ আহিল ছ’চিয়েল মিডিয়াৰ গাইডলাইন
নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় চৰকাৰে ott, নিউজ পৰ্টেল আৰু ছ'চিয়েল মিডিয়াৰ বাবে নিৰ্দেশনা ঘোষণা কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ আৰু প্ৰকাশ জাভড়েকাৰে নিৰ্দেশনাবোৰৰ বিষয়ে অৱগত কৰে।
ৰবিশংকৰ প্ৰসাদে কয় যে ভাৰতত ব্যৱসায় কৰিবলৈ সামাজিক মাধ্যমক স্বাগতম জনাইছিলো, কিন্তু ছ'চিয়েল মিডিয়া যিধৰণে ব্যৱহাৰ কৰা হ'ল, ইয়াক কোনোপ্ৰকাৰে সভ্য…
Read More...