বিহাৰত শোকাৱহ পথ দুর্ঘটনাত ৫জনৰ প্রাণহানি, আহত পাঁচ
নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ বিহাৰৰ কাটিহাৰ জিলাত আজি পুৱাৰ ভাগত ট্রাক আৰু অটোৰিক্সাৰ মাজত সংঘটিত মুখামুখি সংঘর্ষত কমপক্ষেও ৫গৰাকী লোক নিহত হোৱাৰ উপৰি অন্য পাঁচগৰাকী গুৰুতৰভাৱে আহত হৈছে৷ এক বিবাহ অনুষ্ঠানত অংশগ্রহণ কৰা বেণ্ডপার্টীৰ সদস্য কঢ়িয়াই অনা অটোৰিক্সা এখনক বিপৰীত দিশৰ পৰা অহা ট্রাক এখনে খুন্দিওৱাৰ ফলত ঘটনাস্থলীতে পাঁচগৰাকী লোক নিহত হয়৷…
Read More...