১৬ ঘণ্টা ধৰি ভাৰত–চীনৰ সেনাৰ আলোচনা
নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ পূব লাডাখত সংঘটিত উত্তেজনাৰ অৱসান ঘটাবলৈ কালি ভাৰত–চীনৰ সেনা বিষয়া পর্যায়ৰ দশমলানি বৈঠক অনুষ্ঠিত হয়৷ এই দশমলানি বৈঠক সুদীর্ঘ ১৬ ঘণ্টা ধৰি চলে৷ উভয় পক্ষৰ জ্যেষ্ঠ কমাণ্ডাৰসকলে লাডাখৰ হটস্প্রিংছ, গোগৰা আৰু ডেপছাং পইণ্টৰ পৰা সেনাৰ পশ্চাদপসৰণৰ বিষয়টো সন্দর্ভত সহমত পোষণ কৰিছে৷ কালিৰ এই আলোচনাৰ পিছতে আজি প্রতিৰক্ষা মন্ত্রালয়ে…
Read More...