হঠাৎ কিয় হ’ল হিংসাত্মক ঘটনা
নিয়মীয়া বাৰ্তা ২৮ জানুৱাৰীঃ নজিৰবিহীন ঘটনাৰ সাক্ষী হৈ ৰ’ল ৭২সংখ্যক গণৰাজ্য দিৱস৷ হিংসাত্মক হৈ উঠিল দুমাহৰো অধিককাল ধৰি শান্তিপূর্ণভাৱে চলি থকা কৃষক আন্দোলন৷ ইণ্ডিয়া গেটত তেতিয়া চলি আছে পেৰেড অনুষ্ঠান৷ দেশ–বিদেশৰ গণ্যমান্য অতিথিৰ মাজত আছে দেশৰ প্রধানমন্ত্রী, ৰাষ্ট্রপতিও৷ ইয়াৰ ঠিক এক কিলোমিটাৰ আঁতৰত যুদ্ধংদেহি ৰূপত অৱস্থান কৰিছে হাজাৰ হাজাৰ…
Read More...