কৃষক বিদ্ৰোহত হিংসাঃ ৰাজধানী দিল্লীত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা…
নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ ৰাজধানী দিল্লীৰ লালকিল্লাত কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।
দিল্লী আৰক্ষীৰ উৎসই জনোৱা মতে, কালি কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ ওপৰত ১৫ টা গোচৰ পঞ্জীয়ন কৰা হৈছে। এতিয়ালৈকে, ইষ্টাৰ্ণ ৰেঞ্জত ৫ খন এফআইআৰ দাখিল কৰা হৈছে।
ইতিমধ্যে লালকিল্লা মেট্ৰো ষ্টেচনৰ প্ৰৱেশ গেট বন্ধ কৰা হৈছে। এই ষ্টেচনেৰে…
Read More...