বাংগালুৰুৰ হাস্পতালত সুস্থ ঘোষণা ভি কে শশীকলাক
নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ বহিষ্কৃত এ আই এ ডি এম কেৰ নেত্রী তথা প্রাক্তন মুখ্যমন্ত্রী জয়াললিতাৰ ঘনিষ্ঠ ভি কে শশীকলাৰ স্বাস্থ্য বাংগালুৰুৰ হাস্পতালৰ চিকিৎসকে সুস্থিৰ বুলি ঘোষণা কৰিছে৷
নেত্রীগৰাকীয়ে এতিয়া সম্পূর্ণ আৰোগ্য লাভ কৰা বুলি ঘোষণা কৰিছে হাস্পতালৰ সূত্রই৷ উল্লেখনীয় যে কর্ণাটকৰ কাৰাগাৰত দুর্নীতিৰ গোচৰত দোষী সাব্যস্ত হৈ বন্দিত্বৰ জীৱন কটাই…
Read More...