বাগদাদত দুটা আত্মঘাতী বিস্ফোৰণত ২৮জনৰ প্রাণহানি
নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ মধ্য প্রাচ্যৰ ৰাষ্ট্র ইৰাকত আজি আত্মঘাতী সন্ত্রাসবাদীয়ে চলোৱা দুটাকৈ বোমা বিস্ফোৰণত কমপক্ষেও ২৮গৰাকী লোক নিহত হোৱাৰ উপৰি অন্য ৭৫গৰাকী গুৰুতৰভাৱে আহত হৈছে৷ ইৰাকী নিৰাপত্তা বাহিনীৰ সূত্র তথা চৰকাৰী সংবাদ মাধ্যমে সদৰী কৰিছে এই তথ্য৷ চৰকাৰী সূত্রই প্রকাশ কৰা অনুসৰি মধ্য বাগদাদত এখন বজাৰত আজি এই দুয়োটা আত্মঘাতী বিস্ফোৰণ…
Read More...