নিৰাপত্তা পৰিষদত ভাৰতবিৰোধী অৱস্থান চীনৰ
নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ নিষেধাজ্ঞা কমিটীত ভাৰতে মুৰব্বীৰ দায়িত্ব পালনৰ ক্ষেত্রত প্রতিৰোধ লগাইছে চীনে৷ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত আফগানিস্তান সন্দর্ভত ভাৰতে সদায় বিভিন্ন বিষয়ত গুৰুত্ব আৰোপ কৰি আহিছে৷ চীনে পুনৰবাৰ ৰাষ্ট্রসংঘৰ শীর্ষ সংস্থাটোত ভাৰতৰ বিৰুদ্ধে অৱস্থান গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ নিৰাপত্তা পৰিষদৰ ১২৬৭…
Read More...