মুক্তিৰ প্ৰথম সপ্তাহতে ২ কোটিৰ ক্লাবত ব্লকবাষ্টাৰ ডক্তৰ বেজবৰুৱা-২
বিশেষ বাৰ্তা, ৯ ফেব্রুৱাৰীঃ অসমীয়া চিনেমালৈ সোণালী দিন উভতি অহাৰ বাৰ্তা দিলে ডক্তৰ বেজবৰুৱা-২-ই। শ্বাহৰুখনৰ ব্লকবাষ্টাৰ পাঠানকো চেৰ পেলাই অসমীয়া দৰ্শকৰ অভাৱনীয় ভিৰ বাঢ়িল ডক্তৰ বেজবৰুৱা-২ৰ দৰ্শনীত। সেই সূত্ৰেই ২ কোটিৰ ক্লাবত প্ৰৱেশ কৰিলে নিপন গোস্বামী পৰিচালিত তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইন আৰু হাৰ্টথ্ৰব জুবিন গাৰ্গ অভিনীত…
Read More...