ছিপাঝাৰৰ বুঢ়াত চোৰ তিনি চোৰ গ্ৰেপ্তাৰ : উদ্ধাৰ চুৰি সামগ্ৰী
ছিপাঝাৰৰ বুঢ়া আৰক্ষীচকীৰ অভিযানত গ্ৰেপ্তাৰ হৈছে তিনিটা কুখ্যাত চোৰ।দিনদূপৰতে চুৰি কাৰ্যৰে আতংকিত কৰি ৰখা চোৰৰ দলটোক গ্ৰেপ্তাৰ কৰাৰ লগতে চোৰৰ জিম্মাৰ পৰা উদ্ধাৰ হৈছে চুৰি সামগ্ৰীও।
উল্লেখ্য যে পশ্চিম দৰঙৰ জয়পুৰৰ এটা পৰিয়ালত দুপৰতে সংঘটিত হৈছিল এটা চুৰিকাণ্ড। চোৰে লুটি নিছিল পৰিয়ালটোৰ প্ৰায় পাঁচ লাখ টকাৰ অলংকাৰ আৰু কাঁহ-পিতলৰ সামগ্ৰী।…
Read More...