উত্তৰ–পূবৰ প্রথম ব্যক্তিগত ৰে’ল ষ্টেচন নির্মাণ কমলপুৰৰ যুৱ উদ্যোগীৰ
নিয়মীয়া বার্তা, কমলপুৰ, ২৭ নৱেম্বৰ : কামৰূপ জিলাৰ কমলপুৰৰ এগৰাকী অসমীয়া যুৱকৰ সোণসেৰীয়া যাত্রাই বছৰটোৰ শেষভাগত অসমীয়া জাতিক গৌৰৱান্বিত কৰি তুলিছে৷ দুখনকৈ ৰে’ল ক্রয় কৰাৰ সকলো যাৱতীয় কার্য সম্পাদন কৰি কমলপুৰৰ যুৱ ব্যৱসায়ী কনক ডেকাই চমক সৃষ্টি কৰিছে ৷ সমান্তৰালভাৱে যুৱ ব্যৱসায়ীগৰাকীয়ে নিজ ব্যৱসায়িক ক্ষেত্রলৈ ৰে’ল কৰিড’ৰ নির্মাণ কৰিছে৷ ব্যক্তিগত…
Read More...