সাপে খোঁটা ৰোগীক চিকিৎসালয়লৈ নিয়াৰ সলনি নগৰবেৰা বজাৰৰ মাজতে চলিল জৰা-ফুঁকা
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২৫ নৱেম্বৰ : একবিংশ শতিকাতো অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত একাংশ গ্ৰামাঞ্চল | বজাৰৰ মাজমজিয়াত দিন-দুপৰতে চলিল বেজ-বেজালিৰ চমক।
চিকিৎসা বিজ্ঞানক চূড়ান্ত ভেঙুচালিৰে সাপে খোঁটা ৰোগীক চিকিৎসালয়লৈ নিয়াৰ পৰিৱৰ্তে নগৰবেৰা বজাৰৰ মাজমজিয়াতে চলাইছে জৰা-ফুঁকা | বিষাক্ত সৰ্প দংশনৰ পাছতো পুৰণিকলীয়া পদ্ধতিৰে জৰা-ফুঁকাৰে ৰোগীক সুস্থ কৰাৰ…
Read More...