আজিৰ দিনটোৰ ৰাশিফল
আজিৰ দিনটোৰ ৰাশিফল
আজি ১৮ নৱেম্বৰ, আঘোণ মাহৰ ১ তাৰিখ
মঙলবাৰ : তিথি–কৃষ্ণ ত্রয়োদশী, নক্ষত্র : স্বাতী, যাত্রা : নাই
মেষ : শুভ ৰং নীলা, সংখ্যা ৫৷ হাতলৈ টকা–পইচা আহিব যদিও খৰচ বাঢ়িব৷ ঘৰলৈ সুখ আহিব৷ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে৷ প্রতিকাৰ– ঘিউৰ চাকি এগছি জ্বলাই তাত অলপ কর্পূৰ দিব আৰু শিৱৰ ধ্যান কৰিব৷
বৃষ : শুভ ৰং হালধীয়া, সংখ্যা ৩৷ যান–বাহন চলোৱা…
Read More...