পুৰণিগুদামত টেম্পোচালকৰ জীয়ৰীয়ে লাভ কৰিলে ADREৰ তৃতীয় বৰ্গৰ চাকৰি
নিয়মীয়া বাৰ্তা, পুৰণিগুদাম, ১০ অক্টোবৰ : নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অধীনৰ পুৰণিগুদাম নলবৰাগাঁৱৰ যুৱতী পম্পী বৰাই লাভ কৰিলে এ ডি আৰ ইৰ তৃতীয় বৰ্গৰ চাকৰি।আজি ঘোষণা হোৱা ফলাফলত মেধাৱী যুৱতীগৰাকীৰ এনে ফলাফলত উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃ, পৰিয়ালৰ লগতে গাঁওবাসী। নলবৰাগাঁৱৰ মিন্টু বৰা আৰু আৰতি বৰাৰ কন্যা পম্পী বৰাৰ এই সফলতাৰ বাবে বিজেপি চৰকাৰখনৰ লগতে…
Read More...