হঠাৎ অসমলৈ জাকে জাকে আগমন ৰহস্যজনক অচিনাকি লোকৰ
🔹 বৰঝাৰ বিমানবন্দৰত আদৰি নিলে জমিয়তে
বিশেষ বাৰ্তা, ২৬ আগষ্ট : সংৰক্ষিত বনাঞ্চল তথা চৰকাৰী ভূমিৰ পৰা একাংশ সন্দেহযুক্ত লোকক উচ্ছেদ কৰাৰ পাছত ৰাজ্যখনক অশান্ত কৰিবলৈ অচিনাকি লোকৰ আগমন ঘটা বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আশংকা ব্যক্ত কৰি আহিছে৷ এই আশংকাৰ মাজতে কালি ৰাজ্যলৈ জাকে জাকে ৰহস্যজনক অচিনাকি লোকৰ আগমনক লৈ ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি…
Read More...