গেলেকীত গৰুচোৰৰ বিলাসী বাহন দুৰ্ঘটনাগ্ৰস্ত, বাহনৰ খুন্দাত নিহত ঘোঁৰা
নিয়মীয়া বাৰ্তা, ২১ আগষ্ট : নাজিৰা সমজিলাৰ গেলেকীত গৰু চোৰৰ বিলাসী বাহনে নিশা এক দুৰ্ঘটনা সংঘটিত কৰাক লৈ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে । নিশা প্ৰায় এক বজাত গেলেকীৰ আৰক্ষীয়ে এখন বিলাসী বাহন তীব্ৰ বেগত আহি থকাত সন্দেহ কৰি বাহনখনক গেলেকী চাৰিআলিত ৰখাবলৈ সংকেত দিয়ে। কিন্তু বাহনখন তীব্ৰগতিত পলায়ন কৰোঁতে ৰাজপথত থকা দুটা ঘোঁৰাক খুন্দা মাৰি…
Read More...