বিজনীত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনৰ প্ৰাণহানি, সংকটজনক এজন
নিয়মীয়া বাৰ্তা, ১৮ আগষ্ট : চিৰাং জিলাৰ বিজনীৰ মাটিয়াপাৰা শিৱ মন্দিৰৰ সমীপত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাত দুজনকৈ লোক থিতাতে নিহত হোৱাৰ লগতে এজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
ঘটনাৰ বিৱৰণী মতে, বিজনীৰ পৰা বিষ্ণুপুৰ অভিমুখে গৈ থকা এজন চাইকেল আৰোহীক AS-19V-2157 নম্বৰৰ দুচকীয়া মটৰচাইকেলখনে পিছফালৰ পৰা খুন্দা মাৰে। ভয়াৱহ…
Read More...