নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আঞ্চলিক

৭ মে’ : আজিৰ দিনটোৰ ৰাশিফল

আজি ৭ মে’, ব’হাগ মাহৰ ২৩ তাৰিখ বৃহস্পতিবাৰ : তিথি–কৃষ্ণ পঞ্চমী, নক্ষত্র : জ্যেষ্ঠা, যাত্রা : নাই মেষ : আজি স্বাস্থ্য অশান্তিৰ বাবে ব্যৱসায়ত অশান্তি হ’ব পাৰে৷ চাকৰিৰ স্থান সলনি হ’ব পাৰে৷ চকুৰ বিষে আমনি কৰিব৷ পঢ়া–শুনাৰ বাবে সুনাম বৃদ্ধি৷ প্রেমত শুভ৷ শুভ ৰং– মেৰুণ, শুভ সংখ্যা– ৪। বৃষ : আজি ঘৰত খৰচ বৃদ্ধিৰ বাবে স্ত্রীৰ লগত বিবাদ হ’ব পাৰে৷ ব্যৱসায়ৰ…
Read More...

বজালীৰ যুৱ সাংবাদিক বুবু কলিতাৰ অকাল বিয়োগ

বজালীৰ এগৰাকী উদীয়মান যুৱ সাংবাদিক বুবু কলিতাৰ দীৰ্ঘদিন যকৃতৰ ৰোগত ভুগি থকাৰ অন্তত আজি পুঁৱতি নিশা বজালী জিলাৰ…

ফকিৰগঞ্জত আৰক্ষীৰ অভিযান : সন্দেহযুক্ত হেৰ’ইনসহ ড্ৰাগছ সৰবৰাহকাৰী আটক

ফকিৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত ধাপনপাৰা গাঁৱত নিশা আৰক্ষীয়ে এক সফল অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে…

ডিমৌত মাৰণাস্ত্ৰসহ দুৰ্ধৰ্ষ আলফা স্বাধীনৰ কেডাৰ গ্ৰেপ্তাৰ

ডিমৌ থানাৰ অন্তৰ্গত পালেঙী ধ্যান পথাৰত পুৱতিনিশা আৰক্ষীৰ অভিযান। জেষ্ঠ্য জিলা আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ…

লোহাৰঘাট, চানডুবিৰ সমীপৰ অসম-মেঘালয় সীমান্তত গছ কাটি তহিলং

পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলটোত একাংশ…

দুৰ্ঘটনাত মৃত ভাগিনৰ খবৰ কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত মোমায়েক

বাইকৰ মুখামুখি সংঘৰ্ষযোগে পথ দুৰ্ঘটনাত মৃত্যুবৰণ কৰা ভাগিনৰ খবৰ লবলৈ আহি খোদ মোমায়েকেই দুৰ্ঘটনাত পতিত হোৱাৰ দৰে…

ধুবুৰী জিলাত নিশ্চিহ্ন হ’ল এআইইউডিএফ, গোলকগঞ্জ-বিলাসীপাৰাত বিজয়ী এনডিএ

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৫ মে' : বিধানসভা নিৰ্বাচনৰ ভোটগণনা সম্পূৰ্ণ হোৱাৰ পিছত সমগ্ৰ ৰাজ্যজুৰি বিজেপি তথা বিজেপিৰ…

বাক্সা জিলাৰ দুয়োটা সমষ্টিত বিপিএফৰ জয়লাভ

বহু জল্পনা-কল্পনাৰ অন্ত পেলাই ভোটগণনা সম্পূৰ্ণ হয়। বাক্সা জিলাত ভোট গণনা অনুসৰি জিলাখনৰ দুয়োখন আসনতে বিপিএফ দলে শেষ…

তৃতীয়বাৰৰ বাবে বিধায়ক নিৰ্বাচিত গহপুৰৰ বিজেপি প্ৰাৰ্থী উৎপল বৰা

ঐতিহাসিক গহপুৰ বিধানসভা সমষ্টিৰ পৰা তৃতীয় বাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হৈছে উৎপল বৰা। বিজেপি মিত্ৰজোঁটৰ…