৫ মে’ : আজিৰ দিনটোৰ ৰাশিফল
আজি ৫ মে’, ব’হাগ মাহৰ ২১ তাৰিখ
মঙলবাৰ : তিথি–কৃষ্ণ চতুর্থী, নক্ষত্র : বিশাখা, যাত্রা : নাই
মেষ : কর্মক্ষেত্রত নতুন আশা থাকিব যদিও সৰু–সুৰা বাধাৰ সন্মুখীন হোৱাৰ কাৰকতা৷ বিদ্যাত মধ্যম ফল। দাম্পত্যত মধ্যম৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷
বৃষ : আর্থিক ক্ষেত্রত সামান্য হ’লেও কষ্ট আছে৷ জ্ঞাতি–কুটুম্বৰ পৰা মধ্যম সঁহাৰি৷ বন্ধুৰ আন্তৰিকতা৷ প্রেমত বদনাম৷ শুভ ৰং…
Read More...