বহি:ৰাজ্যত কৰ্মসংস্থাপনৰ বাবে যোৱা জামুগুৰিহাটৰ যুৱকৰ মৃত্যু
ডিজিটেল ডেস্ক, ২৪ এপ্ৰিল : বহি:ৰাজ্যত মৃত্যু হৈছে জামুগুৰিহাটৰ এগৰাকী যুৱকৰ। কৰ্মসংস্থাপনৰ বাবে সুদূৰ কেৰালালৈ যোৱা জামুগুৰিহাটৰ পাচিগাঁৱৰ প্ৰণৱ বৰুৱা নামৰ যুৱকজনৰ কেৰালাৰ এটা ৰে'ল ষ্টেচনত ৰহস্যজনকভাৱে মৃত্যু হয়।
যোৱা ১৮ এপ্ৰিলত কেইগৰাকীমান যুৱকৰ লগত ৰে'লযোগে কেৰালালৈ যোৱা প্ৰণৱ বৰুৱা নামৰ যুৱকজনৰ দুদিন পূৰ্বে মৃত্যু হোৱা বুলি লগত যোৱা যুৱকসকলে…
Read More...