খহনীয়াৰ স্থায়ী সমাধানৰ দাবীত ফকিৰগঞ্জত উত্তাল ধৰ্ণা
ৰাজ্যত অব্যাহত থকা তীব্ৰ গৰাখহনীয়াৰ কৱলত পৰি নিঃশেষ হ’বলৈ ধৰা বোচাইমাৰী, ধাপানপাৰা আৰু আইৰকাটা অঞ্চলৰ ৰাইজে আজি প্ৰতিবাদত উত্তাল কৰি তোলে বোচাইমাৰী নদীৰ পাৰ। দীৰ্ঘদিনীয়া চৰকাৰী অৱহেলা আৰু বিভাগীয় উদাসীনতাৰ বিৰুদ্ধে ক্ষোভ উজাৰি আজি স্থানীয় ৰাইজে এক বিশাল ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।
দীৰ্ঘদিন ধৰি কোনো এখন চৰকাৰ বা সংশ্লিষ্ট বিভাগে এই স্পৰ্শকাতৰ…
Read More...